• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid-19 Updates: যোৱা ২৪ ঘণ্টাত ক'ৰোনাত ১০৫৯ জন লোকৰ মৃত্যু, ১.২৭ লাখ লোক আক্ৰান্ত ...

Covid-19 Updates: যোৱা ২৪ ঘণ্টাত ক'ৰোনাত ১০৫৯ জন লোকৰ মৃত্যু, ১.২৭ লাখ লোক আক্ৰান্ত ...

Covid-19 Updates: বিগত ২৪ ঘণ্টাত, সমগ্ৰ দেশত Corona Virusত আক্ৰান্ত হৈ ১,০৫৯ জন লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত, সংক্ৰমণৰ ১,২৭,৯৫২ টা ঘটনা প্ৰতিবেদিত হৈছে, আক্ৰান্তৰ হাৰ হৈছে ৭.৯৮ শতাংশ। 

  • Share this:

দেশত এই ভাইৰাছত সক্ৰিয় আক্ৰান্তৰ সংখ্যা বৰ্তমান ১৩,৩১,৬৪৮ জন। আনহাতে যোৱা ২৪ ঘণ্টাত ২,৩০,৮১৪ জন লোক সুস্থ হৈ উঠিছে।এতিয়ালৈকে, সমগ্ৰ দেশত ১৬৮.৯৬ কোটি ভেকছিন পালি প্ৰদান কৰা হৈছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি