Covid-19ৰ নতুন গাইড লাইন- নতুনকৈ কি কি নিয়ম নিৰ্ধাৰণ কৰা হ'ল জানি লওক

অহা ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ’ব এই নিয়মাৱলী।
অহা ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ’ব এই নিয়মাৱলী।
- News18 Assam
- Last Updated: January 27, 2021, 7:42 PM IST
নিয়ম অনুসৰি-
- সামাজিক, ধৰ্মীয়, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত ২০০ লোকৰ সমাগমৰ সীমা পৰিহাৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰ সমূহে নিৰ্ধাৰণ কৰিব SoP।
- চিনেমা হলত ৫০শতাংশতকৈ অধিক লোক যাব পাৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জাৰি কৰিব নিয়মাৱলী।
- ছুইমিং পুললৈও এতিয়াৰ পৰা যাব পাৰিব সকলো। পূৰ্বে ছুইমিং পুল কেৱল খেলুৱৈৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম আচিল।
- সকলো ধৰণৰ প্ৰদৰ্শনীৰো অনুমতি কেন্দ্ৰীয় চৰকাৰৰ।