Covid-19ৰ নতুন গাইড লাইন- নতুনকৈ কি কি নিয়ম নিৰ্ধাৰণ কৰা হ'ল জানি লওক

News18 Assam | News18-Assam
Updated:January 27, 2021, 7:42 PM IST
Covid-19ৰ নতুন গাইড লাইন- নতুনকৈ কি কি নিয়ম নিৰ্ধাৰণ কৰা হ'ল জানি লওক
অহা ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ’ব এই নিয়মাৱলী।

অহা ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ’ব এই নিয়মাৱলী।

  • Share this:
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে Covid-19 সম্বন্ধীয় নতুন গাইডলাইন। অহা ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ’ব এই নিয়মাৱলী।

নিয়ম অনুসৰি-


  • সামাজিক, ধৰ্মীয়, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত ২০০ লোকৰ সমাগমৰ সীমা পৰিহাৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰ সমূহে নিৰ্ধাৰণ কৰিব SoP।

  • চিনেমা হলত ৫০শতাংশতকৈ অধিক লোক যাব পাৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জাৰি কৰিব নিয়মাৱলী। 

  • ছুইমিং পুললৈও এতিয়াৰ পৰা যাব পাৰিব সকলো। পূৰ্বে ছুইমিং পুল কেৱল খেলুৱৈৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম আচিল।

  • সকলো ধৰণৰ প্ৰদৰ্শনীৰো অনুমতি কেন্দ্ৰীয় চৰকাৰৰ।


Published by: Himangshu Bhuyan
First published: January 27, 2021, 7:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি