• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid 19 : দিল্লীত ৮৯জনলৈ নামিল কোভিড আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত মৃত্যু ১১জনৰ

Covid 19 : দিল্লীত ৮৯জনলৈ নামিল কোভিড আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত মৃত্যু ১১জনৰ

দিল্লীত এতিয়ালৈকে ভেকচিন লোৱা লোকৰ সংখ্যা প্ৰায় ৬৫লাখ।

দিল্লীত এতিয়ালৈকে ভেকচিন লোৱা লোকৰ সংখ্যা প্ৰায় ৬৫লাখ।

দিল্লীত এতিয়ালৈকে ভেকচিন লোৱা লোকৰ সংখ্যা প্ৰায় ৬৫লাখ।

  • Share this:
দেশৰ ৰাজধানী দিল্লীত দ্ৰুতগতিত হ্ৰাস পাইছে Covid-19ৰ প্ৰভাৱ। যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৮৯জন। মৃত্যু হৈছে ১১জনৰ। আক্ৰান্তৰ হাৰ ০.১৬ শতাংশ।

বিগত ২৪ ঘণ্টাত পৰীক্ষা কৰা হৈছিল ৫৭,১২৮জন লোকৰ। সুস্থ হোৱা আৰু হাস্পতাল ত্যাগ কৰা লোকৰ সংখ্যা হৈছে ১৭৩জন। যোৱা ২৪ ঘণ্টাত ভেকচিন লাভ কৰিলে ১১,৬৬২জন লোকে। ইয়াৰ ভিতৰত ১০,০৪৩জনে প্ৰথম পালি আৰু দ্বিতীয় পালি ল’লে ১৬১৯জনে।

দিল্লীত এতিয়ালৈকে ভেকচিন লোৱা লোকৰ সংখ্যা প্ৰায় ৬৫লাখ। তাৰে প্ৰায় ৪৯ লাখে প্ৰথম পালি লাভ কৰিছে আৰু প্ৰায় ১৬ লাখে দ্বিতীয় পালি লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published: