ভাল খবৰ ! এই তাৰিখৰ পৰা ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ আৰম্ভ হ'ব পাৰে !

টিকাকৰণৰ ওপৰত ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ অধ্যক্ষ (National Technical Advisory Group on Immunisation) ড০ এন কে অৰোৰাই (Dr N K Arora) প্ৰদান কৰিছিল। অৰোৰাই কৈছে যে ফেব্ৰুৱাৰীৰ শেষৰ পৰা বা মাৰ্চৰ আৰম্ভণিৰ পৰা, ১২ ৰ পৰা ১৫ বছৰ বয়সৰ শিশুক টিকাকৰণ কৰা হ'ব।