• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid 19 Update | বিগত ২৪ ঘণ্টাত দেশত ১৯ হাজাৰৰো অধিক লোক কোৰোণাত আক্ৰান্ত, ৫ শতাংশ বৃদ্ধি সংক্ৰমণৰ হাৰ

Covid 19 Update | বিগত ২৪ ঘণ্টাত দেশত ১৯ হাজাৰৰো অধিক লোক কোৰোণাত আক্ৰান্ত, ৫ শতাংশ বৃদ্ধি সংক্ৰমণৰ হাৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শনিবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কোভিড–১৯ত আৰু ৪৯ হোৱাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ ৫,২৬,৬৪৯ হৈছেগৈ।

  • Share this:
ভাৰতত বিগত এটা দিনত ১৯,৪০৬জন লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত দেশত সংক্ৰমণৰ মুঠ সংখ্যা ৪,৪১,২৬,৯৯৪লৈ বৃদ্ধি পাইছে। চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৩৫,৩৬৪ৰ পৰা ১,৩৪,৭৯৩ জনলৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শনিবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কোভিড–১৯ত আৰু ৪৯ হোৱাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ ৫,২৬,৬৪৯ হৈছেগৈ। আনহাতে, চিকিৎসাধীন ৰোগীৰ সংখ্যা সংক্ৰমণৰ মুঠ সংখ্যাৰ ০.৩১ শতাংশ, কোভিড–১৯ৰ পৰা সুস্থ হৈ উঠাৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৫০ শতাংশ।

বিগত ২৪ ঘণ্টাত কোভিড–১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৫৭১জন কমিছে। আনহাতে, সংক্ৰমণৰ দৈনিক হাৰ ৪.৯৬ শতাংশ, সাপ্তাহিক হাৰ ৪.৬৩ শতাংশ। দেশত এই মহামাৰীৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা বৰ্তমান ৪,৩৪,৬৫,৫৫২জন। মৃত্যুৰ হাৰ ১.১৯ শতাংশ। আনহাতে, দেশত কোভিড–১৯ টিকাকৰণ অভিযানৰ জৰিয়তে ২০৫.৯২ কোডিৰো অধিক পালি ভেকচিন প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: