• Home
  • »
  • News
  • »
  • nation
  • »
  • Rahul Gandhi Corona Positive: কোৰোণাত আক্ৰান্ত ৰাহুল গান্ধী, আশু আৰোগ্য কামনা কৰিলে মোদীয়ে

Rahul Gandhi Corona Positive: কোৰোণাত আক্ৰান্ত ৰাহুল গান্ধী, আশু আৰোগ্য কামনা কৰিলে মোদীয়ে

ৰাহুল গান্ধী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰৰ পিছতে টুইটাৰযোগে সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে।

  • Share this:
কংগ্ৰেছ নেতা (Rahul Gandhi) মঙলবাৰে আক্ৰান্ত হয় কোভিড–১৯ত। এই কথা ৰাহুল গান্ধীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে। ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ কোৰোণাৰ সাধাৰণ লক্ষ্যণ আছে। তেওঁ কয় যে যিসকল লোক শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে সুৰক্ষামূলক নীতি মানি চলক আৰু সুৰক্ষিত হৈ থাকক।

ৰাহুল গান্ধী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰৰ পিছতে টুইটাৰযোগে সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে।

দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ মাজতে ৰাহুল গান্ধীয়ে দুদিন পূৰ্বে পশ্চিম বংগত নিজৰ সকলো নিৰ্বাচনী প্ৰচাৰ স্থগিত কৰে। তেওঁ কৈছিল, ‘কোভিড সংকটলৈ লক্ষ্য ৰাখি মই পশ্চিম বংগত নিজৰ সকলো নিৰ্বাচনী সভা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো। ৰাজনৈতিক দলসমূহে বুজা উচিত যে এই সময়ত এই প্ৰচাৰ সভা জনতা আৰু দেশৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে।
Published by:Sanjay Kumar Das
First published: