হেলমেট নিপিন্ধাকৈ স্কুটীৰে IPS বিষয়াৰ ঘৰলৈ গৈছিল প্ৰিয়ংকা গান্ধী, আৰক্ষীয়ে কাটিলে ৬,৩০০ টকাৰ চালান

News18 Assam | News18-Assam
Updated:December 29, 2019, 10:02 PM IST
হেলমেট নিপিন্ধাকৈ স্কুটীৰে IPS বিষয়াৰ ঘৰলৈ গৈছিল প্ৰিয়ংকা গান্ধী, আৰক্ষীয়ে কাটিলে ৬,৩০০ টকাৰ চালান
প্ৰিয়ংকা গান্ধীৰ লগতে ধীৰাজ গুৰ্জৰেও পৰিধান কৰা নাছিল হেলমেট।

প্ৰিয়ংকা গান্ধীৰ লগতে ধীৰাজ গুৰ্জৰেও পৰিধান কৰা নাছিল হেলমেট।

  • News18 Assam
  • Last Updated: December 29, 2019, 10:02 PM IST
  • Share this:
লক্ষ্ণৌ যান–বাহন আৰক্ষীয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক স্কুটীৰে নিয়া কংগ্ৰেছ নেতাক বিহিলে জৰিমনা। কংগ্ৰেছ বিধায়ক ধীৰাজ গুৰ্জৰৰ স্কুটীত উঠি শনিবাৰে সন্ধিয়া প্ৰাক্তন আৰক্ষী বিষয়া এছ আৰ দাৰাপুৰীৰ ঘৰলৈ গৈছিল প্ৰিয়ংকা গান্ধী। আৰক্ষীয়ে হেলমেট নিপিন্ধাৰ বাবে ৬,৩০০ টকাৰ জৰিমনা বিহিলে দুয়োকে। প্ৰিয়ংকা গান্ধীৰ লগতে ধীৰাজ গুৰ্জৰেও পৰিধান কৰা নাছিল হেলমেট।

আৰু চাওক
পৰৱৰ্তী বাতৰি