• Home
  • »
  • News
  • »
  • nation
  • »
  • Congress Chintan Shivir: কংগ্ৰেছে আমাক সকলো দিলে, এতিয়া ঋণ পৰিশোধৰ সময়, চিন্তন শিবিৰে কংগ্ৰেছক নতুন দিক দৰ্শন কৰিবনে

Congress Chintan Shivir: কংগ্ৰেছে আমাক সকলো দিলে, এতিয়া ঋণ পৰিশোধৰ সময়, চিন্তন শিবিৰে কংগ্ৰেছক নতুন দিক দৰ্শন কৰিবনে

প্ৰায় ৪৫০ গৰাকী কংগ্ৰেছী নেতাই ভাগ লোৱা চিন্তন শিবিৰত সকলোকে মুকলি মনেৰে সকলোকে মনৰ কথা কোৱাৰ বাবে অনৰোধ জনায় আৰু এই বাৰ্তা যাতে এক শক্তিশালী সংগঠন, সংকল্প আৰু একতাৰ বাৰ্তা হয়, তাৰ বাবেও আহ্বান জনায়।

  • Share this:
কংগ্ৰেছ (Congress) দলৰ ঋণ পৰিশোধ কৰিবলৈ ইয়াৰ নেতাসকলক আহ্বান জনাইছে দলটোৰ সভানেত্ৰী ছোনীয়া গান্ধী (Sonia Gandh)য়ে। আজিৰে পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ চিন্তন শিবিৰ (Congress Chintan Shivir)। ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাস্ত হৈ বিপৰ্যস্ত হৈ পৰা দলটোক পুনৰ সংগঠিত কৰি শক্তিশালী কৰি তুলিবলৈ চিন্তন শিবিৰত আলোচনা কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে।

শুকুৰবাৰে সভানেত্ৰী ছোনীয়া গান্ধীয়ে জৰুৰীভাৱে কংগ্ৰেছ দলটোত সংস্কাৰ সাধন কৰাৰ আহ্বান জনাই দলৰ নেতাসকলক দলৰ ঋণ পৰিশোধ কৰিবলৈ আহ্বান জনায়। ঠনীয়াই কয়, "কংগ্ৰেছ দলটোৱে আমাক বহুত দিলে, এতিয়া আমাৰ ঋণ পৰিশোধ কৰাৰ সময়।"

ছোনীয়াই লগতে কয় যে এই গ্ৰেণ্ড ওল্ড পাৰ্টী (grand old party)টোৱে নিজৰ কাম কৰাৰ ষ্টাইল সলনি কৰিবৰ হৈছে আৰু সেয়ে সকলোকে নিজৰ ব্যক্তিগত আকাংক্ষাৰ উৰ্ধলৈ গৈ দলৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

প্ৰায় ৪৫০ গৰাকী কংগ্ৰেছী নেতাই ভাগ লোৱা চিন্তন শিবিৰত সকলোকে মুকলি মনেৰে সকলোকে মনৰ কথা কোৱাৰ বাবে অনৰোধ জনায় আৰু এই বাৰ্তা যাতে এক শক্তিশালী সংগঠন, সংকল্প আৰু একতাৰ বাৰ্তা হয়, তাৰ বাবেও আহ্বান জনায়।

উল্লেখ্য যে আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে কংগ্ৰেছৰ এই চিন্তন শিবিৰ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি