• Home
  • »
  • News
  • »
  • nation
  • »
  • জনপ্ৰিয় অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক, এইমছত চিকিৎসাধীন ৰাজু শ্ৰীবাস্তৱ

জনপ্ৰিয় অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক, এইমছত চিকিৎসাধীন ৰাজু শ্ৰীবাস্তৱ

জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ স্বাস্থ্যৰ প্ৰতি অতি সজাগ আছিল। তেওঁ নিয়মীয়াকৈ জিমলৈ গৈছিল। অনুৰাগীসকলকো ৰাজুয়ে নিতৌ শাৰিৰীক ব্যায়াম কৰাৰ পৰামৰ্শ দিছিল।

  • Share this:
বিখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ অৱস্থা এই সময়ত অতি সংকটজনক। তেওঁ  বৰ্তমান অচেতন অৱস্থাত এইমছৰ আইচিইউ ৱাৰ্ডত ভৰ্তি হৈ আছে। ৰাজু শ্ৰীবাস্তৱৰ জীয়ৰী অন্তৰা শ্ৰীবাস্তৱে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সামাজিক মাধ্যমত জনোৱা অনুসৰি, তেওঁৰ অৱস্থা অতি সংকটজনক। প্ৰকৃততে, ৰাজু শ্ৰীবাস্তৱে ট্ৰেডমিলত ব্যায়াম কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈছিল আৰু তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।

জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ স্বাস্থ্যৰ প্ৰতি অতি সজাগ আছিল। তেওঁ নিয়মীয়াকৈ জিমলৈ গৈছিল। অনুৰাগীসকলকো ৰাজুয়ে নিতৌ শাৰিৰীক ব্যায়াম কৰাৰ পৰামৰ্শ দিছিল। কিন্তু বুধবাৰে জীমৰ ট্ৰেডমিলত খোজকাঢ়ি থকাৰ অৱস্থাতে হঠাৎ ঢলি পৰে কমেডিয়ানগৰাকী।

সম্প্ৰতি এইমছৰ অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰাজুৰ চিকিৎসা চলি আছে। ৰাজু পুনৰ সুস্থ হৈ উঠাৰ বাবে তেঁওৰ অনুৰাগী সকলৰ পূজা-অৰ্চনা কৰাও পৰিলক্ষিত হৈছে। সকলোৰে আশা ৰাজু শ্ৰীবাস্তৱ শীঘ্ৰেই সুস্থ হৈ উঠিব।
Published by:Sanjay Kumar Das
First published: