• Home
  • »
  • News
  • »
  • nation
  • »
  • কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ আৰু নাই, ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ আৰু নাই, ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

১০ আগষ্টত দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল ৰাজু শ্ৰীবাস্তৱক। জিম কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল কমেডিয়ানজন।

  • Share this:
কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ আৰু নাই। দিল্লীত ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত কমেডিয়ানগৰাকীয়ে। এএনআইৰ খবৰ অনুসৰি, তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে পৰিয়ালৰ লোকে। ১০ আগষ্টত দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল ৰাজু শ্ৰীবাস্তৱক। জিম কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল কমেডিয়ানজন।
Published by:Sanjay Kumar Das
First published: