ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ, আমন্ত্ৰণ জনালে অসমলৈ

News18 Assam | News18-Assam
Updated:December 4, 2019, 7:29 AM IST
ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ, আমন্ত্ৰণ জনালে অসমলৈ
মঙলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি ৰাজ্যবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

মঙলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি ৰাজ্যবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মঙলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি ৰাজ্যবাসীৰ হৈ অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। অহা বছৰ ১ৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ৭৫সংখ্যক দ্বি–বাৰ্ষিক অধিৱেশনলৈ ৰাষ্ট্ৰপতি কোবিন্দক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
আৰু চাওক
পৰৱৰ্তী বাতৰি