শ্বেয়াৰ বজাৰত আনন্দৰ লহৰ! চেনছেক্স ১০২৫ পইণ্ট বাঢ়ি দিনান্ত, বিনিয়োগকাৰীৰ ৩.৫লাখ কোটি টকাৰ লাভ

News18
Updated:September 23, 2019, 5:49 PM IST
শ্বেয়াৰ বজাৰত আনন্দৰ লহৰ! চেনছেক্স ১০২৫ পইণ্ট বাঢ়ি দিনান্ত, বিনিয়োগকাৰীৰ ৩.৫লাখ কোটি টকাৰ লাভ
কেন্দ্ৰৰ সিদ্ধান্তৰ বাবে একেৰাহে দ্বিতীয় দিনাও শ্বেয়াৰ বজাৰত দেৱালী।

কেন্দ্ৰৰ সিদ্ধান্তৰ বাবে একেৰাহে দ্বিতীয় দিনাও শ্বেয়াৰ বজাৰত দেৱালী।

  • News18
  • Last Updated: September 23, 2019, 5:49 PM IST
  • Share this:
কৰ্পৰেট টেক্স কৰ্তন কৰাৰ বাবে একেৰাহে দ্বিতীয় দিনলৈ শ্বেয়াৰ বজাৰত ভাল দিন দেখা গ’ল। বেংক, ফাইনেন্সিয়েল চাৰ্ভিচেজ, এফএমচিজি আৰু ৰিয়েল্টী শ্বেয়াৰত জোৰদাৰ বিনিয়োগৰ ফলত দিনান্তৰ ব্যৱসায়ত চেনছেক্স ১০৭৫ পইণ্ট বাঢ়ি ৩৯,০৯০ স্তৰলৈ উঠিল। সেইদৰে নিফটী ৩২৯পইণ্ট বাঢ়ি ১১,৬০৩ পইণ্টত ক্ল’জ হয়। ব্যৱসায়ৰ সময়ত চেনছেক্স ১৪২৬ পইণ্ট বাঢ়ি ৩৯,৪৪১.১২ স্তৰলৈ উঠিল। সেইদৰে নিফটী ৪২০.৬৫ পইণ্ট বাঢ়ি ১১,৬৯৪.৮৫লৈ উঠিল। বজাৰত জোৰদাৰ ইতিবাচক প্ৰভাৱৰ বাবে বিনিয়োগকাৰীসকলৰ ৩.৫৫লাখ কোটি টকাৰ লাভ হয়। 
First published: September 23, 2019, 5:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি