• Home
  • »
  • News
  • »
  • nation
  • »
  • নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত আজি প্ৰথম শুনানি

নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত আজি প্ৰথম শুনানি

Source-Google

Source-Google

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে মুঠ ৫৯খন লেখ আবেদন।

  • Share this:
আজি উচ্চতম ন্যায়ালয়ত নিৰ্ণয় হ’ব অসমৰ ভৱিষ্যৎ। নাগৰিকত্ব সংশোধনী আইনক লৈ আজি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব প্ৰথমটো শুনানি। মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্বাধীন ৩ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব গোচৰৰ শুনানি। বিচাৰপীঠত আছে ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ সূৰ্যকান্ত।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে মুঠ ৫৯খন লেখ আবেদন। অসমৰ লগতে দেশৰ বহু দল–সংগঠন তথা ব্যক্তিয়ে আইনখনৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by:Sanjay Kumar Das
First published: