உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • জনতাক প্ৰচণ্ড মাধমাৰ! ছদিনত পেট্ৰ’লৰ দাম ৩.৩৪টকা আৰু ডিজেলৰ ৩.৪২টকা প্ৰতিলিটাৰত বাঢ়িল

    জনতাক প্ৰচণ্ড মাধমাৰ! ছদিনত পেট্ৰ’লৰ দাম ৩.৩৪টকা আৰু ডিজেলৰ ৩.৪২টকা প্ৰতিলিটাৰত বাঢ়িল

    গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত ৮০টকা পাৰ হ’ল। ডিজেলৰো দাম বাঢ়িছে হোৰাহোৰে।

    গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত ৮০টকা পাৰ হ’ল। ডিজেলৰো দাম বাঢ়িছে হোৰাহোৰে।

    গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত ৮০টকা পাৰ হ’ল। ডিজেলৰো দাম বাঢ়িছে হোৰাহোৰে।

    • Share this:
    দেশত কোৰোণাৰ সংকটৰ মাজতে প্ৰতি দিনে হোৰাহোৰে বাঢ়িছে পেট্ৰ’ল–ডিজেলৰ মূল্য। দামবৃদ্ধিৰ ষষ্ঠদিনাও শুকুৰবাৰে চৰকাৰী অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৫৭পইচা আৰু ডিজেলৰ ৫৯পইচা বৃদ্ধি কৰিছে। ষষ্ঠ দিনাৰ মূল্যবৃদ্ধিৰ ফলত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৩.৩৪টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩.৪২টকা বাঢ়িল।

    পেট্ৰ’ল–ডিজেলৰ নতুন মূল্য (Petrol Diesel Price on 12th June 2020)

    দিল্লী

    পেট্ৰ’ল ৭৪.৫৭টকা প্ৰতি লিটাৰ

    ডিজেল ৭২.৮১টকা প্ৰত লিটাৰ

    মুম্বাই

    পেট্ৰ’লৰ ৮১.৫৩টকা প্ৰতি লিটাৰ

    ডিজেলৰ ৭১.৪৮টকা প্ৰতি লিটাৰ

    চেন্নাই

    পেট্ৰ’ল ৭৮.৪৭টকা প্ৰতি লিটাৰ

    ডিজেলৰ ৭১.১৪ টকা প্ৰতি লিটাৰ

    কলকাতা

    পেট্ৰ’ল ৭৬.৪৮টকা প্ৰতি লিটাৰ

    ডিজেল ৬৮.৭০টকা প্ৰতি লিটাৰ

    গুৱাহাটী

    পেট্ৰ’লৰ ৮০.০৯টকা প্ৰতি লিটাৰ

    ডিজেলৰ মূল্য ৭৩.২১টকা প্ৰতি লিটাৰ
    First published: