• Home
  • »
  • News
  • »
  • nation
  • »
  • Punjab Election Results 2022: AAPৰ তুফানত ধৰাশায়ী সিদ্ধু-চান্নী ! পৰাস্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙো ...

Punjab Election Results 2022: AAPৰ তুফানত ধৰাশায়ী সিদ্ধু-চান্নী ! পৰাস্ত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙো ...

চৰণজিৎ সিং চান্নীৰ (Charanjit Singh Channi পৰা পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নভজ্যোত সিং সিদ্ধুলৈকে (Navjot Singh Sidhu) প্ৰায় সকলো দিশহাৰা হৈ গৈছে (Punjab Election Results) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙো (Captain Amrinder Singh) পৰাজিত হৈছে৷

  • Share this:
মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ (Charanjit Singh Channi পৰা পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নভজ্যোত সিং সিদ্ধুলৈকে (Navjot Singh Sidhu) প্ৰায় সকলো দিশহাৰা হৈ গৈছে (Punjab Election Results) ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙো (Captain Amrinder Singh) পৰাজিত হৈছে৷

কেৱল চান্নী বা সিদ্ধু নহয়, পঞ্জাৱৰ বিদায়ী কংগ্ৰেছ কেবিনেটৰ বেছিভাগ সদস্যই হয় পৰাজিত হৈছে বা পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছে৷ বিজয় নিশ্চিত কৰিবলৈ কংগ্ৰেছে মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক দুটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল৷

চান্নী চাকপুৰ চাহিবৰ লগতে ভাদৌৰ সমষ্টিৰ প্ৰাৰ্থী আছিল৷ চান্নী চকপুৰ চাহিব সমষ্টিৰ বিধায়ক আছিল৷ চান্নী দুয়োটা সমষ্টিতে পিছ পৰি আছে৷ দুয়োটা সমষ্টিতে অৰবিন্দ কেজৰিৱালৰ দল আগবাঢ়ি আছে৷

আনহাতে, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধু অমৃতসৰ পূব সমষ্টিৰ পৰা পৰাজয়ৰ সন্মুখীন হৈছে৷ সেই সমষ্টিটোত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ব্যাপক হাৰত ভোট লাভ কৰিছে৷
Published by:Kokil Sarma
First published: