গায়ক, অভিনেতা আউটডেটেড হ’ল! TikTok ষ্টাৰক বিধানসভাৰ প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে, Video ভাইৰেল

TikTok ষ্টাৰ সোনালী ফ’গাতক বিজেপিয়ে দিলে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব। কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ বিষ্ণুইৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দ্বিতা।

News18-Assam
Updated:October 4, 2019, 5:41 PM IST
গায়ক, অভিনেতা আউটডেটেড হ’ল! TikTok ষ্টাৰক বিধানসভাৰ প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে, Video ভাইৰেল
Source-Google
News18-Assam
Updated: October 4, 2019, 5:41 PM IST
চিনেনাৰ নায়ক–নায়িকা অথবা জনপ্ৰিয় কণ্ঠশিল্পীক নিৰ্বাচনৰ টিকট দিয়াতো এতিয়া পুৰণি হ’ল! সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থীত্ব দিলে এগৰাকী টিক টক ষ্টাৰক। TikTok ষ্টাৰ সোণালী ফ’গাতক বিজেপিয়ে দিলে হাৰিয়ানা বিধানসভা নিৰ্বাচনত আদমপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব। নিৰ্বাচনত সোণালীয়ে কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ বিষ্ণুইৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দ্বিতা।



চাওক সোণালীৰ টিক টক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি