কেন্দ্ৰীয় চৰকাৰে (Centre) ৰাজ্যসমূহক এইবাৰ চিকিৎসালয়সমূহত যাতে অক্সিজেনৰ (Oxygen) অভাৱ নহয় সেয়া নিশ্চিত কৰিবলৈ কৈছে। কেন্দ্ৰই শুকুৰবাৰে কৈছে যে স্বাস্থ্য সুবিধাসমূহত (health service) সকলো অক্সিজেন সঁজুলি সঠিকভাৱে কাম কৰি থকাটো নিশ্চিত কৰাটো ৰাজ্যসমূহৰ প্ৰাথমিক দায়িত্ব (State responsibility) আৰু যিকোনো জৰুৰীকালীন অৱস্থাত (Emergency) ব্যৱহাৰ কৰিবলৈ সাজু।

দেশখনত ক'ৰোনা বিস্ফোৰণ হৈছে। ক'ৰোনাৰ পজিটিভিটী ৰেটো ৭.৭৪ শতাংশলৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ক'ৰোনা ৰোগীৰ সংখ্যা ৩,৭১,৩৬৩ লৈ বৃদ্ধি হৈছে। এই সকলো আশংকাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে (Centre) ৰাজ্যসমূহক এইবাৰ চিকিৎসালয়সমূহত যাতে অক্সিজেনৰ (Oxygen) অভাৱ নহয় সেয়া নিশ্চিত কৰিবলৈ কৈছে। কেন্দ্ৰই শুকুৰবাৰে কৈছে যে স্বাস্থ্য সুবিধাসমূহত (health service) সকলো অক্সিজেন সঁজুলি সঠিকভাৱে কাম কৰি থকাটো নিশ্চিত কৰাটো ৰাজ্যসমূহৰ প্ৰাথমিক দায়িত্ব (State responsibility) আৰু যিকোনো জৰুৰীকালীন অৱস্থাত (Emergency) ব্যৱহাৰ কৰিবলৈ সাজু।
স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে শুকুৰবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভেণ্টিলেটৰ, পিএছএ, অক্সিজেন প্ৰকল্প, অক্সিজেন কনচেণ্ট্ৰেট, অক্সিজেন চিলিণ্ডাৰকে ধৰি বিভিন্ন সঁজুলি সম্পৰ্কীয় প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত অনুষ্ঠিত কৰে যাতে কোভিড-১৯ মহামাৰী সময় আৰু কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পৰা যায়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|