
গুৰুত্বপূৰ্ণ খবৰ! কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ সালসলনি
গুৰুত্বপূৰ্ণ খবৰ! কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ সালসলনি
কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ সালসলনি
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি আনন্দিবেন পেটেলক
মধ্যপ্ৰদেশৰ ৰাজ্যপাল আছিল আনন্দিবেন পেটেল
পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি জগদ্বীপ ধানখাৰক
ৰমেশ বাইছক নিযুক্তি ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে
মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাল জি টেণ্ডনক
লাল জি টেণ্ডন আছিল বিহাৰৰ ৰাজ্যপাল
ফাগু চৌহানক বিহাৰৰ ৰাজ্যপালৰ দায়িত্ব
নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব আৰ এন ৰবিক
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|