কোৰোণাৰ নতুন ঢৌ প্ৰতিৰোধৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। এইবাৰ বিনামূলীয়া কোৰোণাৰ বুষ্টাৰ ড’জ লাভ কৰিব ১৮ৰ উৰ্ধ্বৰ লোকসকলে। কেন্দ্ৰীয় মন্ত্ৰীসভাত এই সিদ্ধান্ত অনুমোদিত হয়। এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমক জনায় কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে।