• Home
  • »
  • News
  • »
  • nation
  • »
  • Free Covid 19 Booster Dose in India: ১৮ৰ ঊৰ্ধ্বৰ লোকৰ বাবে বিনামূলীয়া বুষ্টাৰ ড’জ, কোৰোণা প্ৰতিৰোধৰ বাবে কেন্দ্ৰৰ ডাঙৰ ঘোষণা

Free Covid 19 Booster Dose in India: ১৮ৰ ঊৰ্ধ্বৰ লোকৰ বাবে বিনামূলীয়া বুষ্টাৰ ড’জ, কোৰোণা প্ৰতিৰোধৰ বাবে কেন্দ্ৰৰ ডাঙৰ ঘোষণা

১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫ দিন পৰ্যন্ত বিনামূলীয়া বুষ্টাৰ ড’জৰ ভেকচিন দিয়াৰ কাৰ্যসূচী চলিব। স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰিছে মোদী চৰকাৰে।

  • Share this:
কোৰোণাৰ নতুন ঢৌ প্ৰতিৰোধৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। এইবাৰ বিনামূলীয়া কোৰোণাৰ বুষ্টাৰ ড’জ লাভ কৰিব ১৮ৰ উৰ্ধ্বৰ লোকসকলে। কেন্দ্ৰীয় মন্ত্ৰীসভাত এই সিদ্ধান্ত অনুমোদিত হয়। এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমক জনায় কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে।

১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫ দিন পৰ্যন্ত বিনামূলীয়া বুষ্টাৰ ড’জৰ ভেকচিন দিয়াৰ কাৰ্যসূচী চলিব। স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰিছে মোদী চৰকাৰে।

প্ৰথমে দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজত ৯ মাহৰ ব্যৱধান ৰখাৰ কথা জনাইছিল কেন্দ্ৰীয় চৰকাৰে। কিছুদিন পূৰ্বে জনোৱা হয়, দ্বিতীয় ড’জ লোৱাৰ ৬ মাহ পিছৰে পৰা বুষ্টাৰ ড’জ ল’ব পাৰিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি