• Home
  • »
  • News
  • »
  • nation
  • »
  • Free Ration: আৰু কিমান দিনলৈ বিনামূলীয়া ৰেচন দিব কেন্দ্ৰীয় চৰকাৰে? মোদী চৰকাৰে পুনৰ ল'লে ডাঙৰ সিদ্ধান্ত

Free Ration: আৰু কিমান দিনলৈ বিনামূলীয়া ৰেচন দিব কেন্দ্ৰীয় চৰকাৰে? মোদী চৰকাৰে পুনৰ ল'লে ডাঙৰ সিদ্ধান্ত

Free Ration: বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধন্ত ললে মোদী চৰকাৰে। প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনাৰ বিনামূলীয়া ৰেচনৰ ম্যাদ অহা বছৰ মাৰ্চলৈকে বঢ়োৱাৰ সিদ্ধান্তত মঞ্জুৰি দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই।

  • Share this:
কোৰোণা পৰিস্থিতিৰ কাৰণে দেশৰ আৰম্ভ হৈছিল কেন্দ্ৰীয় চৰকাৰৰ বিনামূলীয়া ৰেচন। প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনাৰ অধীনত কোৰোণাকালত দৰিদ্ৰ লোকসকলক বিনামূলীয়া ৰেচন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যাৰ ম্যাদ আছিল ৩০ নৱেম্বৰ।

যদিও ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য সচিব সুধাংশু পাণ্ডেই জনাইছিল যে, আগন্তুক ৩০ নৱেম্বৰৰ পিছত বিনামূলীা ৰেচন দিয়াৰ ম্যাদ বৃদ্ধি কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ পোৱা নাই। লগে লগে অনুমান কৰা হয় যে, ৩০ নৱেম্বৰৰ পিছত বিনামূলীয়া ৰেচন আৰু দিয়া নহ'ব।

কিন্তু এতিয়া গৰীব কল্যান যোজনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনাৰ বিনামূলীয়া ৰেচনৰ ম্যাদ অহা বছৰ মাৰ্চলৈকে বঢ়োৱাৰ সিদ্ধান্তত মঞ্জুৰি দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই।
Published by:Himangshu Bhuyan
First published: