নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

News18 Assam | News18-Assam
Updated:July 1, 2020, 3:52 PM IST
নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৩০ জুন তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নাগালেণ্ডক পুনৰ ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৩০ জুন তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নাগালেণ্ডক পুনৰ ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কৰিছে।

  • Share this:
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৩০ জুন তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নাগালেণ্ডক পুনৰ ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কৰিছে। এখন ৰাজপত্ৰিত জাননীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে Armed Forces (Special Powers) Act 1958ৰ দফা ৩ৰ অধীনত সমগ্ৰ ৰাজ্য খনক ৬ মাহৰ কাৰণে ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ অশান্ত অঞ্চল (Disturbed Area) ঘোষণা কৰিছে।

ৰাজপত্ৰিত জাননীখনত উল্লেখ কৰা মতে, নাগালেণ্ডৰ পৰিস্থিতি অশান্ত আৰু ভয়াৱহ যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে স্থানীয় আৰক্ষীৰ লগতে ৰাজ্যখনত সেনা বাহিনীৰ উপস্থিতি  প্ৰয়োজন বুলি গণ্য কৰে।
First published: July 1, 2020, 3:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি