আকৌ যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ, ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ
News18-Assam Updated:August 18, 2019, 9:31 PM IST

Source- Google
শনিবাৰৰ পিছত দেওবাৰেও ভাৰত–পাক সীমান্তৰ ৰাজৌৰী ছেক্টৰত ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাকিস্তানী সেনাই কৰিছে ধাৰাসাৰ গুলীবৰ্ষণ। পিছত ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।