আকৌ যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ, ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ

News18-Assam
Updated:August 18, 2019, 9:31 PM IST
আকৌ যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ, ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ
Source- Google

নিলাজ পাকিস্তান!

  • Share this:
জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তনী সেনাই। এইবাৰ ৰাজৌৰী জিলাৰ সুন্দৰবাণী ছেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ।  শুকুৰবাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনৰ কান্ধত উঠি ভাৰতক বিপদত পেলাবলৈ চলোৱা প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছতো যেন অনুসূচনা নাই ইমৰান খানৰ দেশখনৰ।

শনিবাৰৰ পিছত দেওবাৰেও ভাৰত–পাক সীমান্তৰ ৰাজৌৰী ছেক্টৰত ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাকিস্তানী সেনাই কৰিছে ধাৰাসাৰ গুলীবৰ্ষণ। পিছত ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।
First published: August 18, 2019, 9:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি