உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • CBSE Class 12th Result: দ্বাদশৰ শিক্ষাৰ্থীসকল কেনেকৈ উত্তীৰ্ণ হ'ব ? CBSEএ আজি উচ্চতম ন্যায়ালয়ত ই-মূল্যাঙ্কনৰ চৰ্ত প্ৰকাশ কৰিব...

    CBSE Class 12th Result: দ্বাদশৰ শিক্ষাৰ্থীসকল কেনেকৈ উত্তীৰ্ণ হ'ব ? CBSEএ আজি উচ্চতম ন্যায়ালয়ত ই-মূল্যাঙ্কনৰ চৰ্ত প্ৰকাশ কৰিব...

    representative image

    representative image

    ক'ৰোনাৰ ঘটনাৰ বাবে CBSE আৰু ICSEৰ দ্বাদশ ব'ৰ্ড পৰীক্ষা ২০২১ বাতিল কৰা হৈছিল। এতিয়া চিবিএছইৰ দ্বাৰা ফলাফল প্ৰকাশৰ বাবে প্ৰস্তুতি চলি আছে।

    • Share this:
    ক'ৰোনাৰ ঘটনাৰ বাবে CBSE আৰু ICSEৰ দ্বাদশ ব'ৰ্ড পৰীক্ষা ২০২১ বাতিল কৰা হৈছিল। এতিয়া চিবিএছইৰ দ্বাৰা ফলাফল প্ৰকাশৰ বাবে প্ৰস্তুতি চলি আছে। আজি, চিবিএছইয়ে উচ্চতম ন্যায়ালয়ত দ্বাদশ ফলাফল ঘোষণাৰ বাবে মূল্যাঙ্কন চৰ্ত দাখিল কৰিব।

    মূল্যাঙ্কনৰ চৰ্ত নিৰ্ধাৰণ কৰিবলৈ চিবিএছইয়ে ৪ জুন, ২০২১ তাৰিখে ১৩ জনীয়া সমিতি গঠন কৰিছিল। দ্বাদশ মূল্যায়ন নীতি নিৰ্ধাৰণ কৰিবলৈ সমিতিখনক দহ দিনৰ সময় দিয়া হৈছিল। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে মূল্যাঙ্কনৰ চৰ্ত নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু চিবিএছইক দুসপ্তাহ সময় দিছিল।
    Published by:Kokil Sarma
    First published: