২ লাখ টকা উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল দিল্লীৰ উপ–মুখ্যমন্ত্ৰীৰ OSD

News18 Assam | News18-Assam
Updated:February 7, 2020, 9:21 AM IST
২ লাখ টকা উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল দিল্লীৰ উপ–মুখ্যমন্ত্ৰীৰ OSD
চি বি আয়ে গোপাল কৃষ্ণক জেৰা কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

চি বি আয়ে গোপাল কৃষ্ণক জেৰা কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

  • Share this:
দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ OSDক গ্ৰেপ্তাৰ। ২ লাখ টকা উত্‍‍কোচ লোৱাৰ সময়তে চি বি আয়ে হাতে–লোটে গ্ৰেপ্তাৰ কৰে OSD গোপাল কৃষ্ণ মাধৱক। গোপাল কৃষ্ণ ২০১৫ চনৰ পৰাই মনীষ ছিছ’দিয়াৰ কাৰ্যালয়ত নিয়ুক্ত হৈ আছে। গ্ৰেপ্তাৰৰ পিছতে গোপাল কৃষ্ণ মাধৱক লৈ যোৱা হয় চি বি আই মুখ্য কাৰ্যালয়লৈ। চি বি আয়ে গোপাল কৃষ্ণক জেৰা কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি