মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Income Tax Return: আয়কৰ বিভাগে বৃদ্ধি কৰিছে অন্তিম সময়সীমা ! এতিয়া আয়কৰ ৰিটাৰ্ণৰ সময় ৩১ ডিচেম্বৰলৈকে...

Income Tax Return: আয়কৰ বিভাগে বৃদ্ধি কৰিছে অন্তিম সময়সীমা ! এতিয়া আয়কৰ ৰিটাৰ্ণৰ সময় ৩১ ডিচেম্বৰলৈকে...

Kokil Sarma | News18-Assam
Updated:September 9, 2021, 10:55 PM IST
Income Tax Return: আয়কৰ বিভাগে বৃদ্ধি কৰিছে অন্তিম সময়সীমা ! এতিয়া আয়কৰ ৰিটাৰ্ণৰ সময় ৩১ ডিচেম্বৰলৈকে...
Income Tax Return: চৰকাৰে আয়কৰ ৰিটাৰ্ণ (Income Tax Return) দাখিল কৰাৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (CBDT) বৃহস্পতিবাৰে ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।

  • News18 Assam
  • Last Updated: September 9, 2021, 10:55 PM IST
  • Share this:
চৰকাৰে আয়কৰ ৰিটাৰ্ণ (Income Tax Return) দাখিল কৰাৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। আয়কৰ পৰ্টেলত বিজুতিৰ বাবে, ইতিমধ্যে অনুমান কৰা হৈছিল যে ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিব পাৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (CBDT) বৃহস্পতিবাৰে ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।

বিত্ত মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয়, "মূল্যায়ন বৰ্ষ ২০২১-২০২২ৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ৩১ জুলাইৰ আগতে। ইয়াক আগতে ৩০ ছেপ্টেম্বৰলৈ সম্প্ৰসাৰিত কৰা হৈছিল। এতিয়া ইয়াক পুনৰ এবাৰ ৩১ ডিচেম্বৰ ২০২১ লৈ সম্প্ৰসাৰিত কৰা হৈছে।"
Published by: Kokil Sarma
First published: September 9, 2021, 10:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি