গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ দুৰ্ঘটনা! নাচালে কল্পনাও কৰিব নোৱাৰিব আপুনি, চাওক VIDEO

News18-Assam
Updated:November 24, 2019, 9:24 AM IST
গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ দুৰ্ঘটনা! নাচালে কল্পনাও কৰিব নোৱাৰিব আপুনি, চাওক VIDEO
Photo : YouTube ভিডিঅ’ৰ পৰা সংগ্ৰহ

হায়দৰাবাদত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আহত হয় ৬গৰাকী আৰোহী।

  • Share this:
হায়দৰাবাদত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আহত হয় ৬গৰাকী আৰোহী। দ্ৰুতবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ফ্লাই অভাৰৰ পৰা ওফৰি আহি জনসমাগমৰ মাজত পৰেহি। মুহূৰ্ততে হুৱাদুৱাৰ সৃষ্টি হয় সেই স্থানত। দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আহত হয় ৬গৰাকী আৰোহী। আহতসকলক ভৰ্তি কৰোৱা হয় হাস্পতালত।

চাওক দুৰ্ঘটনাৰ ভিডিঅ’ :

আৰু চাওক
পৰৱৰ্তী বাতৰি