உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ফটোখনত লুকাই থকা নাহৰফুটুকীৰ পোৱালীটো দেখিছেনে? ইণ্টাৰনেটত চলিছে ব্যাপক চৰ্চা, আপুনিও কৰক চেষ্টা...!

    ফটোখনত লুকাই থকা নাহৰফুটুকীৰ পোৱালীটো দেখিছেনে? ইণ্টাৰনেটত চলিছে ব্যাপক চৰ্চা, আপুনিও কৰক চেষ্টা...!

    ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে শেহতীয়াকৈ ছচিয়েল মিডিয়াত এই ফটোখন শ্বেয়াৰ কৰিছিল। লগতে ফটোখনত কেইটা নাহৰফুটুকী আছে, সেয়া অনুমান কৰিবলৈ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক আহ্বান জনাইছিল।

    • Share this:
    ফটোখন চাওক আৰু কেইটা নহৰফুটুকী বাঘ আছে কওক! ছচিয়েল মিডিয়াতো এতিয়া ভাইৰেল হৈ পৰিছে ফটোখন। শেহতীয়াকৈ ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে  ছচিয়েল মিডিয়াত এই ফটোখন শ্বেয়াৰ কৰিছিল। লগতে ফটোখনত কেইটা নাহৰফুটুকী আছে, সেয়া অনুমান কৰিবলৈ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক আহ্বান জনাইছিল।

    ফটোখনত দেখাৰ দৰে গছৰ ডালত কেৱল এটা নাহৰফুটুকী নাই। লুকাই আছে অন্য এটা নাহৰফুটুকী বাঘৰ পোৱালী। পিছে সেই নিৰ্দিষ্ট ঠাই বিচাৰি উলিয়াব পাৰিবনে?

    বন বিষয়া পাৰবীন কাছৱানে শ্বেয়াৰ কৰা ফটোখন তুলিছিল ফটোগ্ৰাফাৰ মোহন থমাছে।

    বহুকেইজনে ইতিমধ্যে বিচাৰি উলিয়াইছে লুকাই থকা নাহৰফুটুকীটোৰ অৱস্থান। গছৰ ডালৰ মাজত একেবাৰেই ধৰিব নোৱাৰাকৈ নাহৰফুটুকীৰ পোৱালীটোৱে অৱস্থান কৰি আছে বুলি দাবী কৰিছে বহুকেইজনে।
    Published by:Himangshu Bhuyan
    First published: