সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা বিভিন্ন বিভাগে পৃথকে পৃথকে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চীৰ জৰিয়তে এটা Common Eligibility Test (CET) অনুষ্ঠিত হ’ব। আৰু ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা পদ সমূহৰ লগতে পাব্লিক চেক্টৰ বেংকত চাকৰি প্ৰাৰ্থী নিয়োগ কৰিব।