BYJU'S Young Genius: জানি লওক লেইডিন নাধাশ্যাৱৰম আৰু মেঘালী মালবিকাৰ বিষয়ে, শনিবাৰে আছে বিশেষ অনুষ্ঠান

BYJU'S Young Geniusৰ প্ৰথমটো এপিচ’ড অহা শনিবাৰে সম্প্ৰচাৰিত হ’ব।
BYJU'S Young Geniusৰ প্ৰথমটো এপিচ’ড অহা শনিবাৰে সম্প্ৰচাৰিত হ’ব।
- News18 Assam
- Last Updated: January 15, 2021, 3:54 PM IST
লেইডিনে প্ৰতি মিনিটত ১৯০ বিট স্পীডত পিয়ানো বজাব পাৰে। ২০১৯ বৰ্ষত তেওঁক এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান দিয়া হৈছিল। সেইদৰে লেইডিনে The Ellen DeGeneresৰ Showটো অংশগ্ৰহণ কৰিছিল।

আনহাতে মেঘালীৰ নামো অন্তৰ্ভুক্ত হৈছে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডত। প্ৰখৰ বুদ্ধি সম্পন্ন মেঘালীক ‘Google Girl of India’ বুলিও জনা যায়।

মেঘালীয়ে কৈছে যে, মই দেউতাৰ প্ৰতি কৃতজ্ঞ যে, তেওঁ মোক ‘গুগ’ল গাৰ্ল’ হিচাপে নিৰ্মাণ কৰাত বহু সহায় কৰিছে। ভূগোলৰ বাদেও, মই ভায়লিন বাদনৰ প্ৰতিযোগিতাত সোণৰ মেডেল পাব বিচাৰো।’