BYJU'S Young Genius: জানি লওক লেইডিন নাধাশ্যাৱৰম আৰু মেঘালী মালবিকাৰ বিষয়ে, শনিবাৰে আছে বিশেষ অনুষ্ঠান

News18 Assam | News18-Assam
Updated:January 15, 2021, 3:54 PM IST
BYJU'S Young Genius: জানি লওক লেইডিন নাধাশ্যাৱৰম আৰু মেঘালী মালবিকাৰ বিষয়ে, শনিবাৰে আছে বিশেষ অনুষ্ঠান
BYJU'S Young Geniusৰ প্ৰথমটো এপিচ’ড অহা শনিবাৰে সম্প্ৰচাৰিত হ’ব।

BYJU'S Young Geniusৰ প্ৰথমটো এপিচ’ড অহা শনিবাৰে সম্প্ৰচাৰিত হ’ব।

  • Share this:
শনিবাৰে সম্প্ৰচাৰিত হ’ব BYJU'S Young Geniusৰ প্ৰথমটো এপিচ’ড। প্ৰথমটো অনুষ্ঠানত ভাগ ল’ব লেইডিন নাধাশ্যাৱৰম(১৫), যি পাৰ্ফমিং আৰ্টৰ ক্ষেত্ৰখনত পাৰদৰ্শী আৰু মেঘালী মালবিকা(১৪), যি মেমৰী, আই কিউৰ বাবে বিখ্যাত। প্ৰথমটো অনুষ্ঠানত দুয়োগৰাকী য়ংগষ্টাৰক মনিটৰিং কৰিব বিখ্যাত সংগীতশিল্পী শংকৰ মহাদেৱনে।

লেইডিনে প্ৰতি মিনিটত ১৯০ বিট স্পীডত পিয়ানো বজাব পাৰে। ২০১৯ বৰ্ষত তেওঁক এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান দিয়া হৈছিল। সেইদৰে লেইডিনে The Ellen DeGeneresৰ Showটো অংশগ্ৰহণ কৰিছিল।



লেইডিনে কৈছে- ‘বৰ্তমান সময়ত মোৰ সপোন সাাৰ্থক হোৱাৰ পথত। মোৰ দেউতাই কৈছে যে, এই শ্ব’ বিশ্বৰ অন্যতম সন্মানীয় শ্বু’ আৰু এদিন আমি সেই অনুষ্ঠানত ভাগ ল’ম।

আনহাতে মেঘালীৰ নামো অন্তৰ্ভুক্ত হৈছে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডত। প্ৰখৰ বুদ্ধি সম্পন্ন মেঘালীক ‘Google Girl of India’ বুলিও জনা যায়।



মেঘালীয়ে কৈছে যে, মই দেউতাৰ প্ৰতি কৃতজ্ঞ যে, তেওঁ মোক ‘গুগ’ল গাৰ্ল’ হিচাপে নিৰ্মাণ কৰাত বহু সহায় কৰিছে। ভূগোলৰ বাদেও, মই ভায়লিন বাদনৰ প্ৰতিযোগিতাত সোণৰ মেডেল পাব বিচাৰো।’
Published by: Himangshu Bhuyan
First published: January 15, 2021, 3:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি