১২ বছৰীয়া স্বাস্তিক ভৰদ্বাজৰ গীত শুনিছেনে? বলীউদৰ বহু কণ্ঠশিল্পীয়ে কৰিছে প্ৰশংসা! চাওক Video

News18 Assam | News18-Assam
Updated:January 11, 2021, 10:22 PM IST
১২ বছৰীয়া স্বাস্তিক ভৰদ্বাজৰ গীত শুনিছেনে? বলীউদৰ বহু কণ্ঠশিল্পীয়ে কৰিছে প্ৰশংসা! চাওক Video
বলীউদৰ বহু কণ্ঠশিল্পীয়েও প্ৰশংসা কৰিছে স্বাস্তিকৰ প্ৰতিভাক।

বলীউদৰ বহু কণ্ঠশিল্পীয়েও প্ৰশংসা কৰিছে স্বাস্তিকৰ প্ৰতিভাক।

  • Share this:
বয়স মাত্ৰ ১২ বছৰ। কমবয়সতে গীতৰ মাজেৰে এতিয়া সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে কণমানি স্বাস্তিক ভৰদ্বাজ। ইতিমধ্যে বহু কেইটা স্থানীয় ভাষাৰ গীতত কণ্ঠদান কৰিছে কণমানি শিল্পীজনে।

চাওক স্বাস্তিকৰ প্ৰতিভা



বলীউদৰ বহু কণ্ঠশিল্পীয়েও প্ৰশংসা কৰিছে স্বাস্তিকৰ প্ৰতিভাক।
Published by: Himangshu Bhuyan
First published: January 11, 2021, 4:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading