কণমানি অংশুমান নন্দীৰ অদ্ভুত প্ৰতিভা! ড্ৰাম বজাই জিনিছে জগত!

News18 Assam | News18-Assam
Updated:January 11, 2021, 10:23 PM IST
কণমানি অংশুমান নন্দীৰ অদ্ভুত প্ৰতিভা! ড্ৰাম বজাই জিনিছে জগত!
ইণ্ডিয়াচ গট টেলেণ্ট ৩টো ভাগ লৈছিল কণমানি অংশুমানে।

ইণ্ডিয়াচ গট টেলেণ্ট ৩টো ভাগ লৈছিল কণমানি অংশুমানে।

  • Share this:
অংশুমান নন্দী। মাত্ৰ ৯ বছৰীয়া এটি প্ৰতিভাৱান কণমানি। ড্ৰামাৰ হিচাপে আছে অংশুমানৰ বিশেষ সুনাম। ইণ্ডিয়াচ গট টেলেণ্ট ৩টো ভাগ লৈছিল কণমানি অংশুমানে।

চাওক BYJU’Sৰ জৰিয়তে প্ৰতিভাৱান কণমানিটোৰ প্ৰতিভা।



কণমানি অংশুমানে ড্ৰাম বজাই ইতিমধ্যে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে।
Published by: Himangshu Bhuyan
First published: January 11, 2021, 5:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading