• Home
  • »
  • News
  • »
  • nation
  • »
  • BY-Poll Results 2020 : ১১ ৰাজ্যৰ ৫৭খন বিধানসভা আসনৰ উপ–নিৰ্বাচনৰ ফলাফল আজি

BY-Poll Results 2020 : ১১ ৰাজ্যৰ ৫৭খন বিধানসভা আসনৰ উপ–নিৰ্বাচনৰ ফলাফল আজি

বিহাৰ নিৰ্বাচনৰ ফলাফলৰ উপৰি উপ–নিৰ্বাচনৰ ফলাফলৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোৱে।

বিহাৰ নিৰ্বাচনৰ ফলাফলৰ উপৰি উপ–নিৰ্বাচনৰ ফলাফলৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোৱে।

বিহাৰ নিৰ্বাচনৰ ফলাফলৰ উপৰি উপ–নিৰ্বাচনৰ ফলাফলৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোৱে।

  • Share this:
বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে আজি ১১ ৰাজ্যৰ ৫৭খন বিধানসভা আসনত হোৱা উপ–নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ উপৰি উপ–নিৰ্বাচনৰ ফলাফলৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোৱে।

উপ–নিৰ্বাচন অনুষ্ঠিত হোৱা ১১খন ৰাজ্যত হোৱা ৫৭খন বিধানসভা আসনৰ ভিতৰত আছে মধ্য প্ৰদেশৰ ২৮খন, গুজৰাটৰ ৮খন, উত্তৰ প্ৰদেশৰ ৭খন, মণিপুৰৰ ৪খন, হাৰিয়ানাৰ এখন, কৰ্ণাটকৰ ২খন, ছত্তীশগড়ৰ এখন, তেলেংগানাৰ এখন, ঝাৰখণ্ডৰ এখন, ওড়িশাৰ দুখন আৰু নাগালেণ্ডৰ ২খন।
Published by:Sanjay Kumar Das
First published: