মুহূৰ্তৰ ভিতৰতে তাছপাতৰ দৰে খহি পৰিল ১৯ মহলীয়া অট্টালিকা, কিন্তু কিয়? চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 12, 2020, 4:19 PM IST
মুহূৰ্তৰ ভিতৰতে তাছপাতৰ দৰে খহি পৰিল ১৯ মহলীয়া অট্টালিকা, কিন্তু কিয়? চাওক VIDEO
Photo : Twitter video grab

চাৰিমাহ পূৰ্বে উচ্চতম ন্যায়ালয়ে পৰিৱেশ আইন উলংঘা কৰি নিৰ্মাণ কৰা অট্টালিকাসমূহ ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল।

  • Share this:
এফালৰ পৰা ভাঙি পেলোৱা হৈছে ইটোৰ পিছত সিটো সুউচ্চ অট্টালিকা। মুহূৰ্তৰ ভিতৰতে তাছপাতৰ দৰি খহিছে বহু মহলীয়া অট্টালিকা। জলাশয়ৰ ওচৰত অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবেই ভাঙি পেলোৱা হৈছে এই অট্টালিকা। ভিডিঅ’ত দেখা গৈছে কিদৰে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে ভাঙি পৰিছে এটা ১৯ মহলীয়া অট্টালিকা।

এই ঘটনা কেৰালাৰ কোচিৰ। পৰিৱেশ আইন উলংঘা কৰি জলাশয়ৰ সমীপত নিৰ্মাণ কৰা অট্টালিকাসমূহ ভাঙি পেলাইছে প্ৰশাসনে। চাৰিমাহ পূৰ্বে উচ্চতম ন্যায়ালয়ে পৰিৱেশ আইন উলংঘা কৰি নিৰ্মাণ কৰা অট্টালিকাসমূহ ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল। ন্যায়ালয়ৰ নিৰ্দেশমৰ্মেই এইদৰে প্ৰশাসনে ভাঙি পেলাইছে অট্টালিকাসমূহ।

চাওক ভিডিঅ’ :


আৰু চাওক
পৰৱৰ্তী বাতৰি