কেন্দ্ৰীয় বাজেট ২০২২-২৩: প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ প্ৰথম দিনা দেশৰ বিত্ত মন্ত্ৰীয়ে (Finance Minister) সংসদত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে। এইবাৰো বাজেট খন ১ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে পুৱা প্ৰায় ১১ বজাত উপস্থাপন কৰা হ'ব।

কেন্দ্ৰীয় বাজেট ২০২২-২৩: প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ প্ৰথম দিনা দেশৰ বিত্ত মন্ত্ৰীয়ে (Finance Minister) সংসদত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে। এইবাৰো বাজেট খন ১ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে পুৱা প্ৰায় ১১ বজাত উপস্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ নেতৃত্বত এন ডি এ চৰকাৰৰ দ্বিতীয় কাৰ্যকালত এয়া চতুৰ্থ বাজেট হ'ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে মঞ্চখন নিৰ্ধাৰণ কৰা হৈছে, কিয়নো বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (FM Nirmala Sitharaman) ১৫ ডিচেম্বৰৰ পৰা বিভিন্ন অংশীদাৰ, উদ্যোগ আৰু অৰ্থনীতিবিদৰ সৈতে আলোচনা আৰম্ভ কৰিছে। বিত্ত মন্ত্ৰালয়ে ১৪ ডিচেম্বৰত এই বিষয়ে টুইট কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|