• Home
  • »
  • News
  • »
  • nation
  • »
  • Budget 2021: নিৰ্মলা সীতাৰমণৰ ভাষণৰ পিছতে ইণ্টাৰনেটত ভাইৰেল অসংখ্য হাঁহি উঠা মিমছ, চাওক

Budget 2021: নিৰ্মলা সীতাৰমণৰ ভাষণৰ পিছতে ইণ্টাৰনেটত ভাইৰেল অসংখ্য হাঁহি উঠা মিমছ, চাওক

ছচিয়েল মিডিয়া বিশেষকৈ টুইটাৰ মিমছেৰে ভৰি পৰিছে।

ছচিয়েল মিডিয়া বিশেষকৈ টুইটাৰ মিমছেৰে ভৰি পৰিছে।

ছচিয়েল মিডিয়া বিশেষকৈ টুইটাৰ মিমছেৰে ভৰি পৰিছে।

  • Share this:
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২১ৰ বাজেট দাখিলৰ পিছতে ছচিয়েল মিডিয়া বিভিন্ন মিমছেৰে ভৰি পৰে। বিশেষকৈ টুইটাৰত #Budget2021 আৰু #IncomeTax টপ ট্ৰেণ্ড হোৱা দেখিবলৈ পোৱা যায়। হাঁহি উঠা এইবোৰ মিমছ শ্বেয়াৰ কৰিছে বহুতেই।

বাজেট দাখিল কৰোতে বিত্তমন্ত্ৰীগৰাকীয়ে ৪.১২লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ ঘোষণা কৰে। সমাগত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডু, অসম আৰু পশ্চিম বংগত অৰ্থনৈতিক কৰিডৰৰ পৰিকল্পনা কৰা হৈছে।

বিশেষকৈ বাজেটক লৈ মধ্যবিত্তৰ প্ৰতিক্ৰিয়া সামৰি বিয়পি পৰা মিমছবোৰত চকু ফুৰাওক।



























মুঠতে বাজেট আৰু মধ্যবিত্তক লৈ এতিয়া এনে পোষ্ট অসংখ্য বিয়পি পৰিছে।
First published: