বিবাহপাশত আবদ্ধ হ’ব ওলোৱা লোকসকলৰ বাবে দুঃখবৰ। কি এই দুঃখবৰটো?

বিত্তমন্ত্ৰীগৰাকীয়ে সোণৰ দাম বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰিলে বাজেটত। পূৰ্বে সোণত আছিল ১০ শতাংশ শুল্ক। কিন্তু চলিত বিত্তীয় বৰ্ষৰ বাবে সোণৰ ওপৰৰ এই শুল্ক ১২.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

News18-Assam
Updated:July 5, 2019, 2:58 PM IST
বিবাহপাশত আবদ্ধ হ’ব ওলোৱা লোকসকলৰ বাবে দুঃখবৰ। কি এই দুঃখবৰটো?
বিত্তমন্ত্ৰীগৰাকীয়ে সোণৰ দাম বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰিলে বাজেটত। পূৰ্বে সোণত আছিল ১০ শতাংশ শুল্ক। কিন্তু চলিত বিত্তীয় বৰ্ষৰ বাবে সোণৰ ওপৰৰ এই শুল্ক ১২.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
News18-Assam
Updated: July 5, 2019, 2:58 PM IST
আজি মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰা হ’ল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি লোকসভাত দাখিল কৰিলে সাধাৰণ বাজেট। বাজেটত বহুকেইটা ভাল খবৰৰ লগতে বিবাহ পাশত আবদ্ধ হ’ব খোজা লোকসকলৰ বাবে এই বাজেটে লৈ আহিছে দুঃখবৰ।

বিত্তমন্ত্ৰীগৰাকীয়ে সোণৰ দাম বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰিলে বাজেটত। পূৰ্বে সোণত আছিল ১০ শতাংশ শুল্ক। কিন্তু চলিত বিত্তীয় বৰ্ষৰ বাবে সোণৰ ওপৰৰ এই শুল্ক ১২.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই বাজেটৰ পিছতে এতিয়া বৃদ্ধি পাব সোণৰ মূল্য।

আনহাতে, সোণৰ লগতে বৃদ্ধি পাব মূল্যবান ধাতুৰ উৎপাদন শুল্ক।
আৰু চাওক পৰৱৰ্তী বাতৰি