BSNLৰ ১.৭৬ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ! দীপাৱলীৰ পূৰ্বে পাব দৰমহা

টেলিকম কোম্পানী BSNLৰ ২০১৯ বিত্তীয় বৰ্ষত ১৩,৮০৪ কোটি টকাৰ ক্ষতি হৈছিল।

News18-Assam
Updated:October 15, 2019, 5:41 PM IST
BSNLৰ ১.৭৬ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ! দীপাৱলীৰ পূৰ্বে পাব দৰমহা
Photo : indiatoday.in
News18-Assam
Updated: October 15, 2019, 5:41 PM IST
চৰকাৰী টেলিকম কোম্পানী BSNLৰ কৰ্মচাৰীসকলে ছেপ্টেম্বৰ মাহৰ দৰমহা লাভ কৰিব দীপাৱলীৰ পূৰ্বে। ইকনমিক টাইমছত প্ৰকাশিত খবৰ অনুসৰি, BSNLৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পি কে পুৰৱৰে কয় যে দীপাৱলীৰ পূৰ্বে কোম্পানীয়ে নিজৰ সংশোধনৰ জৰিয়তে কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিব। সেৱাৰ জৰিয়তে কোম্পানীটোৱে ১৬০০ কোটি টকা লাভ কৰে। কিন্তু দৰমহাৰ নামত খৰচ হয় ৮৫০ কোটি টকা। কিন্তু কোম্পানীৰ অপাৰেচনেল খৰচ বহু বেছি। টেলিকম কোম্পানী BSNLৰ ২০১৯ বিত্তীয় বৰ্ষত ১৩,৮০৪ কোটি টকাৰ ক্ষতি হৈছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি