মণিপুৰত ইৰং নদীৰ দলং ভাঙি পানীত পৰিল ট্ৰাক

News18 Assam | News18-Assam
Updated:November 1, 2020, 11:23 AM IST
মণিপুৰত ইৰং নদীৰ দলং ভাঙি পানীত পৰিল ট্ৰাক
পুৱা ৭.২৫ বজাত ইৰং নদীৰ ওপৰত থকা বেইলী দলংখন ভাগি পৰে।

পুৱা ৭.২৫ বজাত ইৰং নদীৰ ওপৰত থকা বেইলী দলংখন ভাগি পৰে।

  • Share this:
মণিপুৰত ইৰং নদীৰ দলং ভাঙি পানীত পৰিল ট্ৰাক। ননে জিলাৰ টৌবামগ গাঁৱত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। পুৱা ৭.২৫ বজাত ইৰং নদীৰ ওপৰত থকা বেইলী দলংখন ভাগি পৰে। ফলত দলংখন পাৰ হ’বলৈ লোৱা এখন ট্ৰাক নদীত বাগৰি পৰে। ট্ৰাকখনৰ ভিতৰত এজন লোক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। টৌবাম য়ুথ এণ্ড ভিলেজ অথৰিটীয়ে অভিযান চলাই এজন লোকক উদ্ধাৰ কৰিছে।
Published by: Sanjay Kumar Das
First published: November 1, 2020, 11:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি