• Home
  • »
  • News
  • »
  • nation
  • »
  • বৰফৰ মাজত ১৪ হাজাৰ ফুট উচ্চতাত যোগাসন আইটিবিপিৰ জোৱানৰ

বৰফৰ মাজত ১৪ হাজাৰ ফুট উচ্চতাত যোগাসন আইটিবিপিৰ জোৱানৰ

ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ যোগাসনৰ এই ছবি ভাইৰেল ছচিয়েল মিডিয়াত। জোৱানসকলৰ সূৰ্য নমস্কাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
সীমান্তৰ অতন্দ্ৰ প্ৰহৰী হৈ প্ৰতি মুহূৰ্ততে দেশ ৰক্ষাৰ স্বাৰ্থত ব্যস্ত থাকে তেওঁলোক। সেইবাবেই তেওঁলোকক ছেল্যুট জনায় দেশবাসীয়ে। তেওঁলোকেও আজি পালন কৰিলে যোগ দিৱস। তাতো বীৰত্বৰ পৰিচয়। তাপমাত্ৰা প্ৰায় শূন্য, বৰফে ঢকা পাহাৰৰ শিখৰতে অংশ ল’লে যোগাসনত। নিয়মানুৱৰ্তিতা আৰু কৰ্তব্যপৰায়ণৰ চূড়ান্ত উদাহৰণ শিকিব পাৰি এওঁলোকৰ পৰা।

ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ যোগাসনৰ এই ছবি ভাইৰেল ছচিয়েল মিডিয়াত। জোৱানসকলৰ সূৰ্য নমস্কাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰিছে ছচিয়েল মিডিয়াত।

বদ্ৰীনাথৰ সমীপত ১৪ হাজাৰ ফুট উচ্চতাত ভীৰত–চীন সীমান্তৰ বসুধৰা হিমবাহৰ ওপৰত যোগাসনত ব্যস্ত এইসকল ইণ্ডো টিবেটান ব’ৰ্ডাৰ পুলিচৰ জোৱান।

First published: