বৰফৰ মাজত ১৪ হাজাৰ ফুট উচ্চতাত যোগাসন আইটিবিপিৰ জোৱানৰ

ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ যোগাসনৰ এই ছবি ভাইৰেল ছচিয়েল মিডিয়াত। জোৱানসকলৰ সূৰ্য নমস্কাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰিছে ছচিয়েল মিডিয়াত।

- News18 Assam
- Last Updated: June 21, 2020, 12:48 PM IST
ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ যোগাসনৰ এই ছবি ভাইৰেল ছচিয়েল মিডিয়াত। জোৱানসকলৰ সূৰ্য নমস্কাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰিছে ছচিয়েল মিডিয়াত।
বদ্ৰীনাথৰ সমীপত ১৪ হাজাৰ ফুট উচ্চতাত ভীৰত–চীন সীমান্তৰ বসুধৰা হিমবাহৰ ওপৰত যোগাসনত ব্যস্ত এইসকল ইণ্ডো টিবেটান ব’ৰ্ডাৰ পুলিচৰ জোৱান।
Uttarakhand: ITBP (Indo-Tibetan Border Police) personnel, deployed at India-China border, perform yoga at an altitude of 14000 feet at Vasudhara glacier near Badrinath on #InternationalYogaDay today. pic.twitter.com/tEoNkWWtkt
— ANI (@ANI) June 21, 2020