Akshay Kumar COVID19 : কোৰোণাত আক্ৰান্ত অক্ষয় কুমাৰ, বৰ্তমান নিজ বাসগৃহতে আছে কোৱাৰেণ্টাইনত

News18 Assam | News18-Assam
Updated:April 4, 2021, 10:40 AM IST
Akshay Kumar COVID19 : কোৰোণাত আক্ৰান্ত অক্ষয় কুমাৰ, বৰ্তমান নিজ বাসগৃহতে আছে কোৱাৰেণ্টাইনত
বিগত কিছুদিনত বহু বলীউদ তাৰকা কোৰোণাত আক্ৰান্ত হৈছে।

বিগত কিছুদিনত বহু বলীউদ তাৰকা কোৰোণাত আক্ৰান্ত হৈছে।

  • Share this:
কোৰোণাত আক্ৰান্ত হৈছে বলীউদৰ অভিনেতা অক্ষয় কুমাৰ। দেওবাৰে পুৱা ছচিয়েল মিডিয়াত কোৰোণা সংক্ৰমণৰ কথা জনায় অভিনেতাজনে। অক্ষয় কুমাৰে লিখিছে যে সকলো নিয়ম মানি বৰ্তমান তেওঁ হোম কোৱাৰেণ্টাইনত থাকিব। প্ৰয়োজনীয় সকলো স্বাস্থ্য বিধি মানি চলিব তেওঁ। লগতে বিগত কিছুদিনত তেওঁৰ সৈতে সংস্পৰ্শলৈ অহা লোকসকলক সচেতন কৰি অক্ষয় কুমাৰে সকলোকে নিজৰ যত্ন ল’বলৈ কয়। সম্প্ৰতি অক্ষয় কুমাৰ ব্যস্ত আছিল তেওঁ ছবি ৰাম সেতুৰ শ্বুটিঙত। তেওঁৰ সৈতে ছবিখনত থাকিব নুছৰত বাৰুচা আৰু জেকলিন ফাৰ্ণাণ্ডেজ।








View this post on Instagram






A post shared by Akshay Kumar (@akshaykumar)




বিগত কিছুদিনত বহু বলীউদ তাৰকা কোৰোণাত আক্ৰান্ত হৈছে। তেওঁলোকৰ মাজত আছে আলিয়া ভাট, গায়ক আদিত্য নাৰায়ণ আৰু তেওঁৰ পত্নী। কোৰোণা আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে শচীন তেণ্ডুলকাৰো।
Published by: Sanjay Kumar Das
First published: April 4, 2021, 10:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি