কোৰোণাত আক্ৰান্ত জনপ্ৰিয় গায়ক কুমাৰ ছানু!

News18 Assam | News18-Assam
Updated:October 16, 2020, 1:28 PM IST
কোৰোণাত আক্ৰান্ত জনপ্ৰিয় গায়ক কুমাৰ ছানু!
বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত জানিব পৰা হোৱা নাই। পৰিয়ালৰ সৈতে বৰ্তমান আমেৰিকাত আছে গায়কগৰাকী।

বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত জানিব পৰা হোৱা নাই। পৰিয়ালৰ সৈতে বৰ্তমান আমেৰিকাত আছে গায়কগৰাকী।

  • Share this:
কোৰোণাত আক্ৰান্ত হৈছে জনপ্ৰিয় গায়ক কুমাৰ ছানু। দুদিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল কুমাৰ ছানু। পৰীক্ষাৰ পিছত কুমাৰ ছানুৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিত।

কুমাৰ ছানুৰ ফেচবুক পেজত লিখা হৈছে, ‘ছানু দা কোৰোণাত আক্ৰান্ত। সকলোৱে তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক। ধন্যবাদ।’ বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত জানিব পৰা হোৱা নাই। পৰিয়ালৰ সৈতে বৰ্তমান আমেৰিকাত আছে গায়কগৰাকী।

কিছুদিন পূৰ্বে এটা গানৰ ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰা দেখা গৈছিল কুমাৰ ছানুক।


কুমাৰ ছানুৰ উপসৰ্গ থাকিলেও তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছেনে নাই সেই সন্দৰ্ভত কোনো খবৰ জানিব পৰা হোৱা নাই।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading