স্বপ্না চৌধুৰীৰ গাড়ীৰ ভয়ংকৰ দুৰ্ঘটনা! আন এখন গাড়ীৰ প্ৰচণ্ড খুন্দা আৰু...

News18 Assam | News18-Assam
Updated:December 28, 2019, 4:23 PM IST
স্বপ্না চৌধুৰীৰ গাড়ীৰ ভয়ংকৰ দুৰ্ঘটনা! আন এখন গাড়ীৰ প্ৰচণ্ড খুন্দা আৰু...
হাৰিয়ানাৰ গায়িকা তথা নৃত্য পটিয়সী স্বপ্না চৌধুৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় গুৰুগ্ৰামৰ ওচৰত। আন এখন গাড়ীয়ে পিছফালৰ পৰা খুন্দিয়াই স্বপ্নাৰ গাড়ীক।

হাৰিয়ানাৰ গায়িকা তথা নৃত্য পটিয়সী স্বপ্না চৌধুৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় গুৰুগ্ৰামৰ ওচৰত। আন এখন গাড়ীয়ে পিছফালৰ পৰা খুন্দিয়াই স্বপ্নাৰ গাড়ীক।

  • Share this:
হাৰিয়ানাৰ নৃত্য পটিয়সী তথা গায়িকা স্বপ্না চৌধুৰীৰ গাড়ীখন বৃহস্পতিবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয়। পিছফালৰ পৰা আন এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। কোনোমতে এই দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰে স্বপ্না চৌধুৰীৰ। তেওঁ সামান্য পৰিমাণে আঘাত পাইছে।

স্বপ্না চৌধুৰীৰ গাড়ীৰ এই দুৰ্ঘটনা গুৰুগ্ৰামৰ হিৰ’ হণ্ডা চ’কৰ সমীপত হয়। স্বপ্নাৰ গাড়ীখন পিছফালৰ পৰা আন এখন গাড়ীয়ে খুন্দা মাৰে।




 





View this post on Instagram




 

Always look on the bright side of life 🥰 . Styling by @suchirevasharma #desiqueen #loveyourself #thankgod #publiclove #positivevibes


A post shared by Sapna Choudhary (@itssapnachoudhary) on




Published by: Tulika Devi
First published: December 28, 2019, 4:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading