• Home
  • »
  • News
  • »
  • nation
  • »
  • নেহা কক্কৰক ৰোহণপ্ৰীতে ক’লে – ‘কেতিয়াও এৰি থৈ নাযাবা’, চাওক ভিডিঅ’

নেহা কক্কৰক ৰোহণপ্ৰীতে ক’লে – ‘কেতিয়াও এৰি থৈ নাযাবা’, চাওক ভিডিঅ’

নেহা আৰু ৰোহণপ্ৰীতৰ মূল বিয়া হয় গুৰুদ্বাৰত। তাৰ পিছতে বিয়াৰ গ্ৰেণ্ড পাৰ্টী।

নেহা আৰু ৰোহণপ্ৰীতৰ মূল বিয়া হয় গুৰুদ্বাৰত। তাৰ পিছতে বিয়াৰ গ্ৰেণ্ড পাৰ্টী।

নেহা আৰু ৰোহণপ্ৰীতৰ মূল বিয়া হয় গুৰুদ্বাৰত। তাৰ পিছতে বিয়াৰ গ্ৰেণ্ড পাৰ্টী।

  • Share this:
বলীউদৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ আৰু পঞ্জাবী গায়ক ৰোহণপ্ৰীত সিঙৰ বিয়াৰ পিছতে ছচিয়েল মিডিয়াত বিয়াৰ বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈছে। ইয়াৰ মাজতে দুয়োৰে এটা ভিডিঅ’ পোৰহলৈ আহিছে, যিটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে নেহা কক্কৰৰ এটা ফেন পেজে। এই ভিডিঅ’ত নেহা আৰু ৰোহণপ্ৰীতক মঞ্চত আনন্দত মতলীয়া হৈ থকা দেখা গৈছে।

এই ভিডিঅ’ত ৰোহণপ্ৰীতে পত্নী নেহা কক্কৰক কৈছে যে ‘মোক এৰি থৈ নাযাবা’। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।



উল্লেখযোগ্য যে শেহতীয়াকৈ নেহা কক্কৰে ৰোহণপ্ৰীতৰ সৈতে নিজৰ সম্পৰ্কৰ কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে দুয়োৰে বিয়াক লৈ চলিছিল ব্যাপক চৰ্চা। নেহা আৰু ৰোহণপ্ৰীতৰ মূল বিয়া হয় গুৰুদ্বাৰত। তাৰ পিছতে বিয়াৰ গ্ৰেণ্ড পাৰ্টী।
Published by:Sanjay Kumar Das
First published: