মাজ নিশা অভিনেত্ৰী কিম শৰ্মাই শ্বেয়াৰ কৰিলে এনে আকৰ্ষণীয় ফটো, মুহূৰ্ততে হ’ল ভাইৰেল!

অভিনেত্ৰী কিম শৰ্মাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো

News18-Assam
Updated:October 21, 2019, 4:41 PM IST
মাজ নিশা অভিনেত্ৰী কিম শৰ্মাই শ্বেয়াৰ কৰিলে এনে আকৰ্ষণীয় ফটো, মুহূৰ্ততে হ’ল ভাইৰেল!
অভিনেত্ৰী কিম শৰ্মাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো
News18-Assam
Updated: October 21, 2019, 4:41 PM IST
বিবাহ বিচ্ছেদ হোৱাৰ পিছত অভিনেত্ৰী কিম শৰ্মাই এতিয়া নিজৰ কেৰিয়াৰ আগবঢ়াই নিয়াৰ বাবে মুম্বাইতে স্থায়ী ভাবে থাকিবলৈ লৈছে। লগতে নিজৰ ফিটনেচৰ ওপৰত বিশেষ ভাবে গুৰুত্ব আৰূপ কৰা দেখা গৈছে। যোগৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা অভিনেত্ৰীগৰাকীয়ে দেওবাৰে মাজ নিশা নিজৰ এখন ফটো ইনষ্টাগ্ৰামত আপলোড কৰাৰ লগে লগে বিশেষ চৰ্চা লাভ কৰে।

৩৯ বৰ্ষীয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত ফটো আপলোড কৰাৰ পিছতে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। বিভিন্ন জনে কিম শৰ্মাৰ ফিটনেচত প্ৰশংসা কৰাও দেখা পোৱা গৈছে।

 




 





View this post on Instagram




 

Happy girl 🦄


A post shared by Kim Sharma (@kimsharmaofficial) on




আৰু চাওক পৰৱৰ্তী বাতৰি