• Home
  • »
  • News
  • »
  • nation
  • »
  • অভিনেতা গিৰিশ কাৰ্নাডৰ দেহাৱসান

অভিনেতা গিৰিশ কাৰ্নাডৰ দেহাৱসান

দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল বলীউডৰ অভিনেতাগৰাকী। কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গিৰিশ কাৰ্নাডক।

  • Share this:
    অভিনেতা গিৰিশ কাৰ্নাডৰ শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল ছবি নিৰ্মাতা, বিশিষ্ট, অভিনেতা, লেখক গিৰিশ কাৰ্নাড। শেষবাৰৰ বাবে চলমান খান অভিনীত ছবি ‘টাইগাৰ জিন্দা হ্যে’ত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল বিশিষ্ট অভিনেতাগৰাকী। বেংগালুৰুত দেহাৱসান ঘটে গিৰিশ কাৰ্নাডৰ।
    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি