
দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল বলীউডৰ অভিনেতাগৰাকী। কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গিৰিশ কাৰ্নাডক।
দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল বলীউডৰ অভিনেতাগৰাকী। কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গিৰিশ কাৰ্নাডক।
অভিনেতা গিৰিশ কাৰ্নাডৰ শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল ছবি নিৰ্মাতা, বিশিষ্ট, অভিনেতা, লেখক গিৰিশ কাৰ্নাড। শেষবাৰৰ বাবে চলমান খান অভিনীত ছবি ‘টাইগাৰ জিন্দা হ্যে’ত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল বিশিষ্ট অভিনেতাগৰাকী। বেংগালুৰুত দেহাৱসান ঘটে গিৰিশ কাৰ্নাডৰ।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|