মুখ্যপৃষ্ঠা »খবৰ »দেশ »বলীউডৰ অভিনেতাক ৪৪২ টকাত কল বিক্ৰী কৰাৰ পৰিণাম, পঞ্চতাৰকা হোটেলক বিহা হ’ল জৰিমনা!

বলীউডৰ অভিনেতাক ৪৪২ টকাত কল বিক্ৰী কৰাৰ পৰিণাম, পঞ্চতাৰকা হোটেলক বিহা হ’ল জৰিমনা!

অভিনেতা ৰাহুল বসুক দুটা কলৰ বিনিময়ত ৪৪২ টকা লোৱা হোটেলক ২৫০০০ টকাৰ জৰিমনা

অভিনেতা ৰাহুল বসুক দুটা কলৰ বিনিময়ত ৪৪২ টকা লোৱা হোটেলক ২৫০০০ টকাৰ জৰিমনা

  • Share this:
    চণ্ডীগড়ৰ পঞ্চতাৰকা হোটেল JW Mariott এ অভিনেতা ৰাহুল বসুৰ পৰা দুটা কল ক্ৰয় কৰাৰ বিনিময়ত ৪৪২ টকাৰ বিল দিছিল। পিছত এই সম্পৰ্কে অভিনেতাজনে ছচিয়েল মিডিয়াত সবিশেষ প্ৰকাশ কৰাৰ লগে লগে সমগ্ৰ দেশতে বিষয়টোৱে লাভ কৰিছিল ব্যাপক চৰ্চা। পিছত অভিনেতাজনে হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ ভিত্তিত আৱকাৰী বিভাগ আৰু কৰ বিভাগে বিষয়তো অনুসন্ধান কৰি হোটেল খনক ধাৰা ১১ ৰ ভিত্তিত দোষী সাব্যস্ত কৰি ২৫০০০  টকাৰ জৰিমনা বিহে।


    শেহতীয়া বাতৰি