உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • তিৰুপতি মন্দিৰত প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰিলে ৰণবীৰ–দীপিকাই, চাওক Video

    তিৰুপতি মন্দিৰত প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন কৰিলে ৰণবীৰ–দীপিকাই, চাওক Video

    পৰিয়ালৰ লোকৰ সৈতে বলীউদৰ দুয়োগৰকী তাৰকা উপস্থিত হয় মন্দিৰটোত

    পৰিয়ালৰ লোকৰ সৈতে বলীউদৰ দুয়োগৰকী তাৰকা উপস্থিত হয় মন্দিৰটোত

    পৰিয়ালৰ লোকৰ সৈতে বলীউদৰ দুয়োগৰকী তাৰকা উপস্থিত হয় মন্দিৰটোত

    • Share this:
      দীপিকা পাডুকণ আৰু ৰণবীৰ সিঙৰ আজি প্ৰথম বিবাহ বাৰ্ষিকী। প্ৰথম বিবাহ বাৰ্ষিকী উপলক্ষে দুয়ো তিৰুপতি মন্দিৰ দৰ্শন কৰে। পৰিয়ালৰ লোকৰ সৈতে বলীউদৰ দুয়োগৰকী তাৰকা উপস্থিত হয় মন্দিৰটোত। দীপিকা আৰু ৰণবীৰক মন্দিৰটোত দেখি অগণন গুণমুগ্ধই ভিৰ কৰে। দুয়োকে কিছু দূৰৰ পৰা মন্দিৰটোলৈ আগবঢ়াইয়ো আনে অনুৰাগীয়ে।

      First published: