
Tiktok ভিডিঅ’ত এজন যুৱকে এগৰাকী যুৱতীক শোধালে চৰ। ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত বলীউদৰ পৰিচালক অনিৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
Tiktok ভিডিঅ’ত এজন যুৱকে এগৰাকী যুৱতীক শোধালে চৰ। ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত বলীউদৰ পৰিচালক অনিৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
ভিডিঅ’কলৈ প্ৰায়ে চলে চৰ্চা। বিভিন্ন জনে TIKTOKক লৈ প্ৰদান কৰিছে বিভিন্ন ধৰণৰ মন্তব্য। এইবাৰ চৰ্চালৈ আহিছে এটা বিশেষ টিকটক ভিডিঅ’। এজন যুৱকে টিকটকত এগৰাকী যুৱতীক প্ৰহাৰ কৰা ভিডিঅ’ নিৰ্মাণ কৰিছিল। পিছত ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত বহু লোকে এনেধৰণৰ TIKTOK ভিডিঅ’ নিৰ্মাণৰ নামত নাৰীক সামাজিক ভাবে দুৰ্বল সজাব বিচাৰিছে বুলি মন্তব্য কৰিছে। বলীউদৰ ছবি পৰিচালকে আনকি ভিডিঅ’টো দেখাৰ পিছত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। আনকি এতিয়া TIKTOK নিষিদ্ধ কৰাৰো দাবী কৰিছে।
চাওক ভিডিঅ’টো
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|