• Home
  • »
  • News
  • »
  • nation
  • »
  • কপালত সেন্দুৰ, ৰিচেপচনত বগা লেহেংগা, চাওক নেহা কক্কৰৰ বিয়াৰ কেইটামান দৃশ্য

কপালত সেন্দুৰ, ৰিচেপচনত বগা লেহেংগা, চাওক নেহা কক্কৰৰ বিয়াৰ কেইটামান দৃশ্য

পূৰ্ব নিৰ্ধাৰিত তাৰিখ, ২৪ অক্টোবৰতে বিবাহপাশত আবদ্ধ হ’ল নেহা আৰু ৰোহণ। দিল্লীৰ এক পঞ্চতাৰকা হোটেলত পাতিলে বিয়া।

পূৰ্ব নিৰ্ধাৰিত তাৰিখ, ২৪ অক্টোবৰতে বিবাহপাশত আবদ্ধ হ’ল নেহা আৰু ৰোহণ। দিল্লীৰ এক পঞ্চতাৰকা হোটেলত পাতিলে বিয়া।

পূৰ্ব নিৰ্ধাৰিত তাৰিখ, ২৪ অক্টোবৰতে বিবাহপাশত আবদ্ধ হ’ল নেহা আৰু ৰোহণ। দিল্লীৰ এক পঞ্চতাৰকা হোটেলত পাতিলে বিয়া।

  • Share this:
নেহা কক্কৰৰ বিয়া। কিছুদিন আগতে ছচিয়েল মিডিয়াত নিজৰ প্ৰেমিক ৰোহণপ্ৰীতৰ কথা প্ৰকাশ কৰিছিল নেহা কক্কৰে। শুনা গৈছিল ২৪ তাৰিখে নেহাৰ বিয়া। কিন্তু তাক লৈ একো প্ৰকাশ নকৰি নেহাই এটা মিউজিক ভিডিঅ’ উন্মোচন কৰে। ‘নেহু দ্য বিহা’ নামৰ মিউজিক ভিডিঅ’টোত নেহাৰ সৈতে সংগীত কৰিছে ৰোহণপ্ৰীতে। ইয়াৰ পিছতে সকলোৱে কোৱা আৰম্ভ কৰে, তাৰমানে এবাৰো বিয়া নহয় নেহাৰ। মিউজিক এলবামেৰ বাবেই বোধহয় প্ৰচাৰ পাবলৈ এই কাণ্ড কৰিছে। কিন্তু নহয়, সকলোকে ভুল প্ৰমাণিত কৰিজলে নেহাই। এইবাৰ সঁচাকৈয়ে বিয়া পাতিলে নেহাই।

পূৰ্ব নিৰ্ধাৰিত তাৰিখ, ২৪ অক্টোবৰতে বিবাহপাশত আবদ্ধ হ’ল নেহা আৰু ৰোহণ। দিল্লীৰ এক পঞ্চতাৰকা হোটেলত পাতিলে বিয়া। নেহাৰ বিয়াৰ বহুকেইটা ভিডিঅ’ই ছচিয়েল মিডিয়াৰ ৱাল ভৰাই তুলিছে।

কেতিয়াবা বিয়াৰ অনুষ্ঠানত, কেতিয়াবা ৰিং ছেৰিমনিত, কেতিয়াবা ৰিচেপচনত, কেতিয়াবা জলসাত... একেলগে গাইছে নেহা–ৰোহণে। গোৱাৰ লগতে কৰিছে নৃত্যও। সেই ভিডিঅ’ এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত।








নেহা আৰু ৰোহণ দুয়ো পঞ্জাবী। সেয়ে শিখ ৰীতিমতে গুৰুদ্বাৰত সম্পন্ন হৈছে তেওঁলোকৰ মূল বিয়া। ইয়াৰ উপৰি হোটেলৰ বিবাহ মণ্ডপতো সম্পন্ন হয় একাধিক শুভ অনুষ্ঠান। প্ৰতিটো অনুষ্ঠানতে আকৰ্ষণীয় পোছাকত দেখা গৈছে নেহাক।












সকলোৱে এটা কথা স্বীকাৰ কৰিছে, নেহাৰ দৰে সুখী, এনাৰ্জীৰে ভৰপূৰ নবোৱাৰী খুব কমেই দেখা যায়। মন খুলি নাচিছে, গাইছে, ফটোছেছন কৰিছে। অৱশ্যে ৰোহণো কম নহয়। এই সকলো দেখি অনুৰাগীৰ মন্তব্য, নেহুৰ বাবে ৰহুই একেবাৰে পাৰফেক্ট পাত্ৰ।
Published by:Sanjay Kumar Das
First published: