পাকিস্তানৰ লাহোৰত দাতা দৰবাৰত বোমা বিস্ফোৰণ, ২গৰাকী আৰক্ষীসহ ৯জনৰ মৃত্যু, ২৪জন আহত

লাহোৰস্থিত দাতা দৰবাৰত সংঘটিত বিস্ফোৰণত ৯ গৰাকী লোকৰ প্ৰাণহানি। ২৪ গৰাকী লোক আহত

news18assam
Updated:May 8, 2019, 1:53 PM IST
পাকিস্তানৰ লাহোৰত দাতা দৰবাৰত বোমা বিস্ফোৰণ, ২গৰাকী আৰক্ষীসহ ৯জনৰ মৃত্যু, ২৪জন আহত
পাকিস্তানস্থিত লাহোৰৰ দাতা দৰবাৰৰ বাহিৰত এই বিস্ফোৰণ
news18assam
Updated: May 8, 2019, 1:53 PM IST
পাকিস্তানস্থিত লাহোৰৰ দাতা দৰবাৰৰ বাহিৰত এই বিস্ফোৰণ। Geo Newsৰ অনুসৰি উদ্ধাৰ অভিযানৰ বাবে উপস্থিত দলৰ তথ্য অনুসৰি এই বিস্ফোৰণ পঞ্জাৱ আৰক্ষীৰ এলিট সেনা বাহিনীৰ বাহনক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল। বিস্ফোৰণৰ ঘটনাত ২গৰাকী আৰক্ষীসহ ৯গৰাকী লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত লোকসকলক মেয়’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।



বিস্ফোৰণৰ ঘটনাক তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰী ইমৰান খানৰ।


আৰু চাওক পৰৱৰ্তী বাতৰি